Breadcrumb

Asset Publisher

Cabinet Decision taken on 6th of October 2021 (1) Cabinet Decision taken on 6th of October 2021 (2)
১) মহাকাশ এপ্লিকেচন কেন্দ্র • বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগৰ অধীনত এক স্বায়ত্তশাসিত পঞ্জীয়নকৃত ছ'চাইটী হিচাপে স্থাপন কৰা হ'ব অসম ৰাজ্যিক মহাকাশ এপ্লিকেচন কেন্দ্র (ASSAC) • বৈজ্ঞানিক আৰু প্রযুক্তিগত কার্যকলাপৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) মহাকাশ বিভাগ (DoS), নর্থ ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰ (NESAC)ৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত নতুন সংস্থাটোৱে বিস্তৰভাৱে কাম কৰিব • ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্পত মহাকাশ গৱেষণা আৰু জি আই এছ ইনপুট ব্যৱহাৰ কৰাত দীৰ্ঘম্যাদী ভূমিকা গ্রহণ কৰিব