অনুদান
Breadcrumb
How to Donate
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত আছে। পুঁজিৰপৰা ব্যয় মুখ্যমন্ত্ৰীৰ বিবেচনাত এনে উদ্দেশ্যৰ বাবে কৰিব পাৰি যিবোৰ তেওঁৰ দ্বাৰা অনুমোদিত হ'ব।

কেনেকৈ দান কৰিব
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত অনলাইনযোগে সাহায্য গ্ৰহণ কৰা হয়। ইয়াৰ বাবে আপুনি 'দান' মেনুত ক্লিক্ কৰক আৰু অনলাইন দান প্ৰ-পত্ৰ পূৰণ কৰক। ই আপোনাক পৰিশোধৰ পৰ্যায়লৈ লৈ যাব য'ত আপুনি নেট বেঙ্কিঙৰ জৰিয়তে সাহায্য আগবঢ়াব পাৰে। সকলো প্ৰধান ক্ৰেডিট আৰু ডেবিট কাৰ্ড গ্ৰহণ কৰা হয়। ইউ পি আই-ৰ জৰিয়তেও আপুনি সাহায্য আগবঢ়াব পাৰে।
Donate Now Account Details
Donate Here
A/c Name: Chief Minister's Relief Fund Assam
A/c no: 35969660230 (SBI), Secretariat Branch
IFSC: SBIN0010755
PAN: AAATC4667K
Donate through UPI ID: cmrfassam@sbi
Contribute through cheque or demand draft
Donation exempted from Income Tax under 80G of IT Act 1961
For details, contact Principal Private Secretary to CM: Ph. 0361-2237043
Donate Now