আঁচনি
Breadcrumb
Asset Publisher
Chief Minister’s Atmanirbhar Asom Abhijan
To generate employment opportunities in the State through the setting up of new entrepreneurial ventures, Government of Assam will provide ₹2 lakh to ₹5 lakh as financial assistance to 2 lakh eligible youth under the Chief Minister’s Atmanirbhar Asom Abhijan. Registration has already started on the portal cmaaa.assam.gov.in. Under the mission, ₹2 lakh will be provided to selected beneficiaries who are graduates, ITI pass-outs, polytechnic pass-outs, technical diploma holders, matric pass-outs (General) and studied up to Class 10 (SC/ST/OBC). Similarly, ₹5 lakh will be provided to selected beneficiaries with professional degrees in engineering, medical, dental, veterinary, fishery, agriculture, etc. While 50% will be given as financial assistance, 50% will be given as interest-free Government loan.
Sectors that will be covered under the mission include stationery, agriculture and horticulture, poultry, dairy, goatery, piggery, fishery, packaging, readymade garments, fabrication, hardware shop, plantation (bamboo, rubber, agar, etc), timber industry, service sector and others.
---> Applicants should be permanent residents of Assam ---> Aged 28-40 years in case of General Category and 28-43 years in case of SC/ST/OBC as on 1st April 2023. ---> Minimum Educational Qualification of Applicants for General category is Matriculation and Class 10 for SC/ST/OBC. ---> All beneficiaries are required to have a bank account (must be opened before 31st December 2023) ---> Any previous loan taken by the applicant from banks should not be remain outstanding. ---> Only one member of a family will be considered eligible ---> Applicants must be registered with the Employment Exchange.
অসম লোকসেৱা অধিকাৰ (এ আৰ টি পি এছ) ৱেব পৰ্টেল
অসম লোকসেৱা অধিকাৰ আইন, ২০১২(২০১৯ৰ সংশোধনী মৰ্মে)ৰ অধীনৰ অধিসূচীত ৰাজহুৱা সেৱাসমূহ অনলাইন মাধ্যমৰে প্ৰদানৰ উদ্দেশ্যে অসম লোকসেৱা অধিকাৰ ৱেব প'ৰ্টেল প্ৰস্তুত কৰা হৈছে। প'ৰ্টেলৰ কেতবোৰ সুবিধা হ'ল- ১) অনলাইন আবেদন ২) আবেদক আৰু মনোনীত বিষয়াবৰ্গলৈ এছ এম এছ বাৰ্তা প্ৰেৰণ ৩) আবেদন দাখিলৰ পাছত প্ৰাপ্তিস্বীকাৰ ৰছিদ প্ৰদান ৪) সঠিক সময় নিৰীক্ষণৰ বাবে অনলাইন ফলক (ডেছবৰ্ড) ৫) আবেদনৰ স্থিতি সন্দৰ্ভত অনলাইন নিৰীক্ষণ
৬) স্বয়ংক্ৰিয় প্ৰক্ৰিয়া ৭) সেৱা প্ৰদানৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ'লে অনলাইন আবেদনৰ সুবিধা ৮) অনলাইন অভিযোগ দাখিল ৯) আৰ টি পি এছ সেৱা সম্পৰ্কে তথ্য লাভ
অধিক তথ্যৰ বাবে চাওক rtps.assam.gov.in
মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি
মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিত ক’ভিড-১৯ অতিমাৰীত স্বামীৰ মৃত্যু হোৱা বাৰ্ষিক ৫.০০ লাখ টকাৰ তলত উপাৰ্জন থকা পৰিয়ালৰ বিধৱা মহিলালৈ আর্থিক সাহায্য প্রদান কৰা হয়।
স্বামীৰ মৃত্যুৰ পিছতে মহিলাগৰাকীয়ে সন্মুখীন হোৱা তাৎক্ষণিক আর্থিক সংকটৰ জোৰা মাৰিবলৈ ২.৫০ লাখ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়োৱা হৈছে। প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৮৭৪ গৰাকী ক’ভিড বিধৱালৈ সাহায্য প্ৰদান।
Chief Minister’s Shishu Seva Scheme
Launched for children who lost their parents to COVID19, ₹7,81,200 has been parked in bank as fixed deposit (FD) in the name of each beneficiary. A monthly financial assistance of Rs 3,500 realised from the FD is being given to the beneficiary till he or she attains 24 years of age. On completion of 24 years of age, the principal amount parked as FD against each beneficiary would be credited to his or her bank account.
স্বনিৰ্ভৰ নাৰী আঁচনি
হস্ততাঁত শিল্পৰে অসমৰ শিপিনীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে মুকলি কৰা এক অভিলাষী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী। শিপিনীৰ অৰ্থনৈতিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰে নাৰী সবলীকৰণৰ দিশটোত গুৰুত্ব প্ৰদান কৰি আৰম্ভ কৰা এই আঁচনিখনৰ মূল উদ্দেশ্য হ’ল মধ্যভোগী অবিহনে শিপিনীৰ পৰা প্ৰত্যক্ষভাৱে ৩১ বিধ হস্ততাঁত উৎপাদিত নিৰ্ধাৰিত বস্ত্ৰ সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা কৰা, শিপিনীসকলৰ বেংক একাউণ্টত চাৰি দিনৰ ভিতৰত বিক্ৰীমূল্য আদায়ৰ ব্যৱস্থা কৰা, আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ দ্বাৰা ক্ৰয় কৰা সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা,বিভিন্ন জিলাত স্থাপন হ’বলগীয়া বিপণীসমূহৰ জৰিয়তে নিৰ্ধাৰিত মূল্যত বস্ত্ৰ সামগ্ৰীসমূহ ক্ৰয়ৰ ব্যৱস্থা কৰা। এই আঁচনিৰ অধীনত সমগ্র অসমত পৰম্পৰাগত সামগ্রীৰ ১০০টা ক্রয় কেন্দ্র মুকলিৰ ব্যৱস্থা কৰা হৈছে। এগৰাকী শিপিনীৰ পৰা মাত্র এবাৰ আৰু সৰ্বমুঠ ১০০খন বস্ত্ৰ সামগ্ৰীহে ক্ৰয় কৰাৰ সুবিধা উপলব্ধ। ক্রয়ৰ নিৰ্ধাৰিত সময়- ১৩ জানুৱাৰী ২০২৩ৰ পৰা। ক্ৰয়ৰ বাবে নিৰ্ধাৰিত সামগ্ৰীসমূহ হ’ল - বিভিন্ন প্ৰকাৰৰ গামোচা, বড়ো আৰ’নাই, কাৰ্বি পহ, মণিপুৰী খুদেই (অংগ বস্ত্ৰ), ৰাভা পাজাৰ, ডিমাচা ৰিচা-বাচা, মিচিং ডুমেৰ আৰু এৰক’গ, কোঁচ ৰাজবংশী গামোচা, তিৱা ফালি, দেউৰী গামোচা। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ইতিমধ্যে swanirbharnaari.assam.gov.inৰ জৰিয়তে ৫ লাখ শিপিনীয়ে পঞ্জীয়ন কৰিছে৷ ইয়াৰে নিৰ্বাচিত শিপিনী ৪ লাখ ৪ হাজাৰ ৮০ গৰাকী৷
অসম অৰুণোদয় আঁচনি
অসমৰ সৰ্ববৃহৎ পোনপটীয়া ধন হস্তান্তৰ আঁচনি হৈছে 'অৰুণোদয়' আঁচনি। অসম চৰকাৰে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে 'অৰুণোদয়' আঁচনিৰ শুভ উদ্বোধন কৰে। আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে। পৰিয়ালৰ দ্বাৰা নিৰ্বাচিত মহিলাগৰাকীক হিতাধিকাৰী হিচাপে গণ্য কৰা হৈছে।
পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰতি মাহে আৰম্ভণিতে ৮৩০ টকাৰ ধনৰাশি জমা হৈছিল যদিও পাছলৈ ইয়াৰ পৰিমাণ প্ৰতি মাহে ১,২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰায় ১৯ লাখ গৰাকী মহিলা লাভান্বিত হৈছে। প্ৰতি বছৰে মুঠ ২,৬২৫ কোটি টকা অনুদানৰূপে বিতৰণ কৰা হ’ব।