Breadcrumb

Asset Publisher

null ১৭ মে’, ২০২১,ক’ভিড ৰোগীসকলক সহায় কৰিবলৈ জ্যেষ্ঠ চিকিৎসক সকলক নিশা কৰ্মত ৰখা হৈছে

visit ১৭ মে’, ২০২১,ক’ভিড ৰোগীসকলক সহায় কৰিবলৈ জ্যেষ্ঠ চিকিৎসক সকলক নিশা কৰ্মত ৰখা হৈছে
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা বৃহস্পতিবাৰে জিলাখনত প্ৰচলিত ক'ভিড-১৯ পৰিস্থিতিৰ বুজ ল'বলৈ মাজুলী দৰ্শন কৰিব। শৰ্মা ডাঙৰীয়াই বুধবাৰে বিভিন্ন জিলা সমূহৰ ক'ভিড-১৯ পৰিস্থিতিৰ তত্ত্বাবধান কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি জিলা প্ৰশাসনৰ প্ৰতি মাৰ্গ দৰ্শন নিশ্চিত কৰিবলৈ তেওঁৰ কেবিনেটৰ মন্ত্রী সকলক বিভিন্ন জিলাসমূহৰ দ্বায়িত্ব অৰ্পণ কৰিছে।মঙ্গলবাৰে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ সভাপতিত্বত আহ্বান কৰা কেবিনেট সভাত বিভিন্ন জিলা সমূহত বৰ্তমান পৰিস্থিতিৰ এক সমীক্ষাত্মক অধ্যয়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।