Home Banner New

Core Services

মুখ্যমন্ত্ৰীক সাক্ষাৎ

নাগৰিকসকলে মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে সাক্ষাৎ কৰি তেখেতসকলৰ উদ্বেগ/ সমস্যাবোৰ ভাগ-বাটোৱাৰা কৰিব পাৰে

মুখ্যমন্ত্ৰীলৈ বাৰ্তা

কল্যাণ, সংস্থাপন, উন্নয়নবিষয়ক যিকোনো জিজ্ঞাসা/অভিযোগ প্ৰেৰণ কৰক

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দান

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দান কৰক আৰু জনসাধাৰণক তৎকালীন সাহায্যৰ বাবে ৰাজ্য চৰকাৰক সহৃদয় সহযোগিতা আগবঢ়াওক

Latest Updates

শেহতীয়া উন্নয়নমূলক কাম-কাজ



চৰকাৰৰ পদক্ষেপ

ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনে বিভিন্ন খণ্ডত গতিশীল বিকাশ আৰু উন্নয়নৰ সাক্ষী হৈ ৰৈছে। মুখ্যমন্ত্রীৰ দ্বাৰা লোৱা নতুন নতুন পদক্ষেপৰ বিষয়ে বিচাৰি উলিয়াবলৈ আৰু অধিক পঢ়ক

চৰকাৰী আঁচনি

২০২১ চনত ক্ষমতাৰ অধিকাৰী হোৱাৰ পাছতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সমগ্র উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ লহৰ বোৱাইছে। মুখ্যমন্ত্রীৰ দ্বাৰা লোৱা নতুন নতুন পদক্ষেপৰ শেহতীয়া উন্নয়নৰ বিষয়ে আৰু অধিক পঢ়ক

কেবিনেটৰ সিদ্ধান্ত

ৰাজ্যখনক উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই লৈ যাবৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে। কেবিনেটৰ দ্বাৰা লোৱা মুখ্য সিদ্ধান্তৰ এক অৱলোকন ইয়াত পোৱা যাব। আৰু অধিক পঢ়ক

ঘোষণা

মুখ্যমন্ত্রীৰ দ্বাৰা ঘোষিত শেহতীয়া উন্নয়নমূলক আঁচনিৰ বিষয়ে জানক। আৰু অধিক পঢ়ক

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ হিতাধিকাৰীৰ তালিকা

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ অন্তর্ভুক্ত সকলো যোগ্য আবেদনকাৰীয়ে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। আৰু অধিক পঢ়ক

কৃতিত্বসমূহ

ৰাজ্যৰ সমগ্র উন্নয়নেই হ'ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মূল লক্ষ্য। মুখ্যমন্ত্রীৰ মুখ্য কৃতিত্বৰ বিষয়ে আৰু অধিক পঢ়ক

Asset Publisher

শেহতীয়া বাতৰি

You do not have the roles required to access this portlet.

Homepage-Speech,Photo,Video,Events

Clients