Breadcrumb

Asset Publisher

অসম চৰকাৰৰ কেবিনেট বৈঠক, ২০ আগষ্ট, ২০২১ (২) অসম চৰকাৰৰ কেবিনেট বৈঠক, ২০ আগষ্ট, ২০২১ (২)
১) পৰিৱেশ সুৰক্ষাৰ বিশ্বজোৰা অভিযানৰ অংশ » পৰিৱেশ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ। ইয়াৰ অংশ হিচাপে বৰ্তমানৰ পৰিবহণ ব্যৱস্থাক ইলেকট্রিক মাধ্যমলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই উদ্দেশ্যে ২০০খন ইলেকট্রিক আৰু ১০০খন চি এন জি বাছ ক্ৰয় কৰা হ'ব। ২) ক’ভিডকালীন সাহায্য » আন্তঃজিলা বাছ চালক তথা হেণ্ডিমেনসকলৰ প্ৰতিগৰাকীক ১০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। এই ক্ষেত্ৰত অনলাইন আৱেদনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব ৱেব প'ৰ্টেল। » নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীলৈ ১৫,০০০ টকাৰ ক’ভিডকালীন আর্থিক সহায়ৰ হাত।