Breadcrumb

Asset Publisher

null Cabinet Decision taken on 24th of December 2021 (1)

অসম চৰকাৰৰ  কেবিনেট বৈঠক  ২৪ ডিচেম্বৰ ২০২১  (১) অসম চৰকাৰৰ কেবিনেট বৈঠক ২৪ ডিচেম্বৰ ২০২১ (১)
অংগনৱাড়ী কৰ্মীৰ অৱসৰকালীন লাভ ● মহিলা আৰু শিশুৰ কল্যাণৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ৬০ বছৰৰ পাছত অৱসৰৰ সময়ত অংগনবাড়ী কর্মীসকললৈ এককালীন ধনৰাশি : ● অংগনবাড়ী কর্মীলৈ ৪ লাখ টকা ● মিনি অংগনবাড়ী কর্মীলৈ ৩ লাখ টকা ● অংগনৱাড়ী সহায়কলৈ ২ লাখ টকা অংগনবাড়ী কৰ্মীৰ মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ই একেই লাভালাভ গ্রহণত যোগ্য হিচাপে বিবেচিত হ’ব ৬০ বছৰ বয়সৰ আগতে পদত্যাগ বা সেৱা ত্যাগ কৰাৰ ক্ষেত্ৰত নিম্নতম ১০ বছৰ সেৱা আগবঢ়োৱা কৰ্মীয়ে পাব ৫০% লাভালাভ