Breadcrumb

Asset Publisher

Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
21 Mar, 2024
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৫ জুন তাৰিখে Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে। যোৱা ২০ বছৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সামগ্ৰিক পৰিকল্পনাৰে সামাজিক মূল্যবোধৰ বিকাশে কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মাননীয় মোদী ডাঙৰীয়া আৰু তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপা প্ৰকাশন গোষ্ঠীৰ মাননীয় পৰিচালন সঞ্চালক শ্ৰীকপিশ মেহৰাক গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অসমৰ পঢ়ুৱৈ সমাজক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনায়। উন্মোচনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি শ্ৰীভৱেশ কলিতা, প্ৰবীণ সাংবাদিক শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, এক্সিছ মাই ইণ্ডিয়াৰ মাননীয় মুখ্য পৰিচালন সঞ্চালক শ্ৰীপ্ৰদীপ গুপ্তা, অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ শ্ৰীপি ভি সিন্ধু, অলিম্পিক পদক বিজয়ী শ্ৰীলাভলীনা বৰগোহাঁই, এছিয়ান গেমছৰ পদক বিজয়ী শ্ৰীহিমা দাস, সংগীত শিল্পী শ্ৰীঅংগৰাগ পাপন মহন্ত, পদ্মশ্ৰী বঁটাপ্ৰাপক ডাঃ ইলিয়াছ আলীৰ লগতে মাননীয় মন্ত্ৰীসকল আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ ৪৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ ৪৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
21 Mar, 2024
ভাৰতবৰ্ষৰ আধ্যাত্মিক আন্দোলনৰ অন্যতম পুৰোধা শ্ৰীশ্ৰীবদলা পদ্ম আতাই সমাজত সকলো সম্প্ৰদায়ৰ মাজত উদাৰ, সাম্যভাব বিস্তাৰ কৰি ভাৰতীয় ভাষা, সনাতন ধৰ্ম তথা সংস্কৃতিৰ ক্ষেত্ৰখনক জীপাল কৰি দি যোৱা দৰ্শনে অসমীয়া জাতিক অধিক গতিশীল কৰি তুলিছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰত আয়োজিত শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ ৪৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱত অংশ লয়। এই উপলক্ষে অসম চৰকাৰৰ ৫০ লাখ টকাৰ অ-নিৰ্ধাৰিত পুঁজিৰে নৱ-নিৰ্মিত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্তন ঘৰটি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

"Freedom is set to become more meaningful for the citizens of the eight sister States"- Written by Chief Minister of Assam Dr Himanta Biswa Sarma
21 Mar, 2024
As I sit down to write this piece, the Assam Assembly is in session. Many important and transformational pieces of legislation are being passed. Some are regulatory, but most of them relate to the developmental agenda of the State, to take Assam among the top five states of the country in the next five years. I have completed more than three decades in public life. I have been blessed with multiple opportunities to work for the people of the North-east — Assam in particular — in various capacities. Many milestones have been achieved. Many challenges remain — some very critical, given the unique geography of the region. However, I am convinced that most of our disabilities emanate from historical and legacy factors which have hindered our growth.

'How BJP won four states' - Written by Chief Minister of Assam Dr Himanta Biswa Sarma
21 Mar, 2024
At the outset, I would like to compliment my fellow karyakartas, party leaders and fellow chief ministers for the BJP’s spectacular victory in the recently concluded assembly polls. I have been asking myself what could have led us to this historic victory. The year 2014 has been a watershed moment in the history of Indian polity. A new model of administrative structure and governance that puts people at the heart of its delivery was introduced that year. The outcomes of the recently concluded assembly elections are a testimony that the Modi model of governance has provided a recipe for the BJP’s success across the country. The narrative constructed by opinion makers that the Modi factor is a force to reckon with only in the Lok Sabha elections and does not have much of a relevance in state polls has led to many miscalculations by opposition parties. The myth of anti-incumbency and caste-based experiments have not worked for them: Voters voted unanimously for governance and development. These results have questioned the conventional political wisdom and have decisively debunked the petty politics that does not have good governance at its core.

জুলাইক 'অৰুণোদয়’ আচনিৰ মাহ হিচাপে ঘোষণা: অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা নৱ বিত্তমন্ত্রী অজন্তা নেওগলৈ
21 Mar, 2024
অসমৰ স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১২ আগষ্ট, ২০২০ চনত এখন সংবাদমেল আহ্বান কৰিছিল আৰু 'অৰুণোদয়’ নামেৰে এখন মহিলা সৱলীকৰণ আচনিৰ ঘোষণা কৰিছিল। এই আচনিৰ ৰাজ্য চৰকাৰৰ দ্বাৰা লোৱা এক আমোদজনক পদক্ষেপ। ই প্ৰত্যক্ষভাৱে অসমত বাস কৰা মহিলা সকলক সৱল কৰি তুলিব।এই অভাবনীয় আচনিৰ জৰিয়তে ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক

অসম চৰকাৰে এমাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন অসামৰিক চিকিৎসালয়ত অক্সিজেনৰ কাৰখানা আৰম্ভ কৰিব।
21 Mar, 2024
অসম চৰকাৰে এমাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন অসামৰিক চিকিৎসালয়ত অক্সিজেনৰ কাৰখানা আৰম্ভ কৰিব। স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বৃহস্পতিবাৰে নলবাৰীত কৈছিল যে ই বেমাৰীসকলক সহায় কৰিব। মহন্তদেৱে কৈছিল যে অসমত প্ৰতিদিনে ১ লাখ ক’ভিড পৰীক্ষাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। তেখেতে আকৌ কৈছিল যে এতিয়ালৈকে লকডাউন ঘোষণা কৰাৰ কোনো পৰিকল্পনা নাই।