Breadcrumb

Asset Publisher

Cabinet Decision taken on 6th of October 2021 (3) Cabinet Decision taken on 6th of October 2021 (3)
১) চৰকাৰী বন্ধ > সকলো চৰকাৰী কার্যক্রমণিকাত প্রচলিত গ্রেগৰিয়ান কেলেণ্ডাৰৰ লগতে অসমীয়া কেলেণ্ডাৰ (বৰাক উপত্যকাত বেংগলী আৰু বি টি এ ডি এলেকাত বড়ো কেলেণ্ডাৰ) ব্যৱহাৰ ২০২২ বৰ্ষৰ চৰকাৰী বন্ধ তালিকাৰ অনুমোদন চৰকাৰী বন্ধ ৩৪ দিন (৬ দিন দেওবাৰ সহিতে), সংৰক্ষিত বন্ধ ৩১ দিন, অৰ্ধ ছুটী ২ দিন, মীমাংসাযোগ্য বিধিগত নথি (Negotiable Instruments) আইনৰ অধীনত অৰ্ধ ছুটী ১৮ দিন বন বিভাগ বৰাক উপত্যকাত এটা বন্যপ্রাণী সংমণ্ডল গঠনত অনুমোদন নতুন সংমণ্ডলটোৰ অধিকাৰ ক্ষেত্ৰখনে বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি ল'ব